ৰূপজ্যোতি কুৰ্মীক ‘ৰাজনৈতিক জন্তু’ আখ্যা অখিল গগৈৰ

Public Talks
0

গুৱাহাটী: বিধায়ক ৰূপজ্যোতি কুৰ্মীক তীব্ৰ সমালোচনা কৰি বিধায়ক অখিল গগৈয়ে তেওঁক ‘ৰাজনৈতিক জন্তু’ বুলি অভিহিত কৰে। গগৈয়ে কয়, “মাথাত যাৰ মগজু নাই, হৃদয়ত যাৰ মৰম নাই, সি যিমানেই ডাঙৰ মানুহ নহওক কিয়
, তাক পাট্টা দি লাভ নাই; সি মানুহৰ শাৰীত নপৰে।”

ৰূপজ্যোতি কুৰ্মীৰ ৰাজনৈতিক ভূমিকা আৰু বিভিন্ন মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে এইদৰে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে। তেওঁৰ এই মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে।

Post a Comment

0Comments

Post a Comment (0)