১৯ লাখ টকাৰ বাইক বিক্ৰী কৰি অসম বানপীড়িতৰ কাষত ইউটিউবাৰ জ্যাট প্ৰাভজোত

Public Talks
0

 


গুৱাহাটী, ৫ আগষ্ট: অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে জনপ্ৰিয় ইউটিউবাৰ জ্যাট প্ৰাভজোতে। প্ৰায় ১৯ লাখ টকা মূল্যৰ নিজৰ মৰমৰ বাইক বিক্ৰী কৰি বানাক্ৰান্তসকলক সাহায্য আগবঢ়াবলৈ তেওঁ সিদ্ধান্ত লৈছে।

ইতিমধ্যে জ্যাটে অসমত উপস্থিত হৈ চাৰি দিন ধৰি বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে লাখ লাখ টকাৰ সাহায্য প্ৰদান কৰি দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাষত থিয় দিছে। তেওঁৰ এই মহানুভৱতাই সামাজিক মাধ্যমত ব্যাপক প্ৰশংসা লাভ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)