যাত্ৰীবাহী ট্ৰেভেলাৰ দুৰ্ঘটনাত ৬জন নিহত, কেইবাগৰাকীও আহত

Public Talks
0


যাত্ৰীবাহী ট্ৰেভেলাৰ দুৰ্ঘটনাত ৬জন নিহত, কেইবাগৰাকীও আহত

সোণাপুৰ: সোণাপুৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী ট্ৰেভেলাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ৬গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাগৰাকীও যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে। দুৰ্ঘটনাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।

Tags

Post a Comment

0Comments

Post a Comment (0)