৭৩সংখ্যক মিছ ৱৰ্ল্ডৰ মুকুট জিকিলে ডমিনিকান গণৰাজ্যৰ জোহেইৰী মোলাই

Public Talks
0


নাহা ট্ৰাঙ, ভিয়েটনাম:
৭৩সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত বিশ্ব সুন্দৰীৰ মুকুট অৰ্জন কৰিলে ডমিনিকান গণৰাজ্যৰ জোহেইৰী মোলাই। আত্মবিশ্বাস, ব্যক্তিত্ব আৰু প্ৰতিভাৰ জৰিয়তে বিচাৰকৰ মন জয় কৰি তেওঁ শীৰ্ষস্থান দখল কৰে।স্পেইনৰ এলিজাবেথ ৰেনছে প্ৰথম ৰানাৰ্ছ-আপ আৰু মালয়েছিয়াৰ তানুছিয়া চেট্টিয়ে দ্বিতীয় ৰানাৰ্ছ-আপৰ সন্মান লাভ কৰে। ইফালে, ভাৰতৰ প্ৰতিনিধি নিকিতা পোৰৱালে প্ৰতিযোগিতাখনত উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াই শীৰ্ষ ৪০ত স্থান লাভ কৰে। মোলাৰ এই বিজয়ে ডমিনিকান গণৰাজ্যৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ ক্ষেত্ৰত নতুন গৌৰৱ কঢ়িয়াই আনিছে।

Post a Comment

0Comments

Post a Comment (0)