নিশাৰ বৰষুণত পুনৰ কৃত্ৰিম বানত গুৱাহাটীত...

Public Talks
0

 

নিশাৰ বৰষুণত পুনৰ কৃত্ৰিম বানত গুৱাহাটী

বৰবাৰী–ছয়মাইল পথত পানী জমা, ব্যাহত যাতায়াত

গুৱাহাটী: নিশাৰ পৰা অহা ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী


মহানগৰীৰ বিভিন্ন অঞ্চল। বৰষুণৰ পানী জমা হৈ বৰবাৰী–ছয়মাইল সংযোগী পথতো কৃত্ৰিম বানৰ সৃষ্টি হৈছে।

পথটোৰ এফাল পানীত বুৰ যোৱাত সম্পূৰ্ণৰূপে যাতায়াত বন্ধ হৈ পৰিছে। ফলত পথৰ আনটো ফালেদি দুয়ো দিশৰ বাহন চলাচল কৰিবলগীয়া হোৱাত সৃষ্টি হৈছে তীব্ৰ যানজঁট। মহানগৰীৰ কৃত্ৰিম বান সমস্যাই পুনৰবাৰ নগৰবাসীৰ দুৰ্ভোগ বৃদ্ধি কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)