ভাদ মাহক আদৰিবলৈ সাজু ভক্তপ্ৰাণ ৰাইজ...

Public Talks
0

 


পৱিত্ৰ ভাদ মাহত ভক্তিৰসেৰে মুখৰিত অসম

পৱিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যজুৰি নামঘৰ আৰু সত্ৰসমূহত সৃষ্টি হৈছে আধ্যাত্মিক পৰিৱেশ। পুৱাৰে পৰা নাম-কীৰ্তন, প্ৰাৰ্থনা আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ভক্তপ্ৰাণ ৰাইজে। ভাদ মাহ অসমীয়া বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাত বিশেষ তাৎপৰ্যপূৰ্ণ। এই মাহত নামঘৰসমূহত হৰিনাম-কীৰ্তন আৰু প্ৰাৰ্থনাৰে মুখৰিত হৈ পৰিছে চৌদিশ।

Tags

Post a Comment

0Comments

Post a Comment (0)