জুবিনৰ নামত ফুটবল পেভিলিয়ন—স্মৃতিত সজীৱ ক্ৰীড়াপ্ৰেম...

Public Talks
0

 

জুবিনৰ নামত ফুটবল পেভিলিয়ন—স্মৃতিত সজীৱ ক্ৰীড়াপ্ৰেম


 প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ফুটবলৰ প্ৰতি থকা গভীৰ অনুৰাগক সন্মান জনাই গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমীৰ পেভিলিয়নটো ‘জুবিন গাৰ্গ পেভিলিয়ন’ নামেৰে নামাকৰণ কৰা হৈছে। ফুলুঙত অৱস্থিত এই পেভিলিয়নে জুবিনৰ ক্ৰীড়াপ্ৰেম আৰু যুৱ প্ৰজন্মৰ প্ৰতি তেওঁৰ অনুপ্ৰেৰণাৰ স্মৃতি সজীৱ কৰি ৰাখিব।

Post a Comment

0Comments

Post a Comment (0)