ফতেহপুৰ, ১১ ছেপ্টেম্বৰঃ উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাৰ হৰদৌলী গাঁৱত দীৰ্ঘদিনীয়া মোবাইল নেটৱৰ্ক সমস্যাক লৈ ক্ষুব্ধ হৈ পৰে গাঁওবাসী। বৃহস্পতিবাৰে সমস্যা পৰিদৰ্শন কৰিবলৈ অহা এজন টেকনিচিয়ানক গাঁওবাসীয়ে মোবাইল টাৱাৰৰ খুঁটাত ৰছীৰে বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ টেকনিচিয়ানজনক উদ্ধাৰ কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
নেটৱৰ্ক নাপাই ক্ষুব্ধ গঞা, টেকনিচিয়ানক টাৱাৰত বান্ধি প্ৰতিবাদ!
Monday, September 14, 2026
0

Tags