দিল্লীত নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

Public Talks
0

 


নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সাক্ষাৎকালত অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে। অসমৰ পথ-ঘাইপথকে ধৰি ৰাজ্যখনৰ উন্নয়নমূলক বিভিন্ন বিষয়ত বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা হোৱা বুলি জানিব পৰা গৈছে।

Tags

Post a Comment

0Comments

Post a Comment (0)