আজি পৱিত্ৰ ৰাখী বন্ধন...

Public Talks
0

 


আজি পৱিত্ৰ ৰাখী বন্ধন

স্নেহ, বিশ্বাস আৰু ভাতৃ-ভগ্নীৰ মৰমৰ বান্ধোনেৰে উদযাপন

গুৱাহাটী, ২৮ আগষ্ট: আজি দেশজুৰি উদযাপন কৰা হৈছে পৱিত্ৰ ৰাখী বন্ধন উৎসৱ। ভাতৃ-ভগ্নীৰ মাজৰ স্নেহ, বিশ্বাস, মৰম আৰু সুৰক্ষাৰ প্ৰতীক হিচাপে পালন কৰা এই উৎসৱে পাৰিবাৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰে।

এই উপলক্ষে ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী বান্ধি তেওঁৰ সুখ-সমৃদ্ধি আৰু মংগল কামনা কৰে। আনহাতে, ভাতৃসকলেও ভগ্নীৰ সুৰক্ষা আৰু সদায় কাষত থকাৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। ৰাখী বন্ধনৰ পৱিত্ৰ বান্ধোনে মৰম আৰু আত্মীয়তাৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তোলে।

Tags

Post a Comment

0Comments

Post a Comment (0)