হানৈত পবিত্ৰ মাৰ্ঘেৰিটা, ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক...

Public Talks
0

 


হানৈত পবিত্ৰ মাৰ্ঘেৰিটা, ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠক

হানৈ, ২৮ আগষ্ট: ভিয়েটনামৰ ৰাজধানী হানৈত উপস্থিত হৈছে ভাৰতৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হুঙৰ সৈতে এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হয় তেওঁ।

বৈঠকত ভাৰত–ভিয়েটনামৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে বৰ্তমানৰ সহযোগিতা আৰু ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।


Tags

Post a Comment

0Comments

Post a Comment (0)