নলবাৰীৰ নাকেলৱাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা...

Public Talks
0

 


নাকেলৱাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

পথৰ ওপৰত অব্যৱস্থাপূৰ্ণভাৱে কাটি থোৱা গছত খুন্দা, যুৱতী নিহত

নলবাৰী জিলাৰ নাকেলৱাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰত অব্যৱস্থাপূৰ্ণভাৱে কাটি থোৱা গছত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই এখন দুইচকীয়া বাহন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত এগৰাকী যুৱতী নিহত হোৱাৰ বিপৰীতে আন এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Tags

Post a Comment

0Comments

Post a Comment (0)