হোমষ্টেত নাবালিকাক দলৱদ্ধ ধৰ্ষণৰ অভিযোগ, গ্ৰেপ্তাৰ ৪ অভিযুক্ত...

Public Talks
0


 

হোমষ্টেত নাবালিকাক দলৱদ্ধ ধৰ্ষণৰ অভিযোগ, গ্ৰেপ্তাৰ ৪ অভিযুক্ত

গুৱাহাটীৰ এটা হোমষ্টেত অষ্টম শ্ৰেণীৰ এগৰাকী নাবালিকাক অপহৰণ কৰি দলৱদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, নিশা হোমষ্টেত কু-কাণ্ড সংঘটিত কৰাৰ পিছত নাবালিকাগৰাকীক শুক্ৰেশ্বৰ ঘাটৰ সমীপত পেলাই থৈ যায় অভিযুক্তসকলে।

ঘটনাৰ পিছতে দদৰা আৰক্ষীয়ে অভিযান চলাই পৰমেশ্বৰ নাথ, হিৰকজ্যোতি দাস, বিশাল বৰুৱা আৰু লক্ষ্যধৰ নাথক গ্ৰেপ্তাৰ কৰে। ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)