চীনত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প

Public Talks
0


চীনৰ ইয়াংলং অঞ্চলৰ দক্ষিণ-পশ্চিম দিশত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ গভীৰতা আছিল প্ৰায় ১০ কিলোমিটাৰ। প্ৰাথমিক প্ৰতিবেদনত বৃহৎ পৰিসৰৰ ক্ষয়-ক্ষতিৰ তথ্য প্ৰকাশ পোৱা নাই।

Post a Comment

0Comments

Post a Comment (0)