‘দ্য ৱান’ৰ অ’টিটি মুক্তি
Friday, November 20, 2026
0
সিদ্ধাৰ্থ মালহোত্ৰা আৰু তমন্না ভাটিয়া অভিনীত ‘দ্য ৱান’ আজি এমাজন প্ৰাইম ভিডিঅ’ত মুক্তি লাভ কৰাৰ কথা প্ৰকাশ পাইছে। ছবিখনৰ পৰৱৰ্তী খণ্ডৰ বিষয়েও নিৰ্মাতাসকলে ঘোষণা কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ।
Tags
