শ্ৰীভূমিত বিহু দলৰ ওপৰত আক্ৰমণ কৰি ১৩ জন গ্ৰেপ্তাৰ

Md Jahedul Islam
0

 

শ্ৰীভূমিত বিহু দলৰ ওপৰত আক্ৰমণ কৰি ১৩ জন গ্ৰেপ্তাৰ

শ্ৰীভূমি চহৰত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত এটা বিহু দলৰ সদস্যসকলৰ ওপৰত আক্ৰমণৰ অভিযোগ উঠিছে। এই ঘটনাৰ পিছত আৰক্ষীয়ে ১৩ জনক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাটোক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। ঘটনাৰ প্ৰকৃত কাৰণবোৰৰ তদন্ত চলি আছে।মুখ্মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক গৰিহণা দিছে। লগতে দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)