
তাৰিখ: ২৩ অক্টোবৰ ২০২৬ | স্থান: হোজাই, অসম
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোজাই জিলাত চলি থকা অবৈধ শিল খননক লৈ বন বিভাগৰ বিষয়াসকলক কঠোৰ সকীয়নি দিছে। অভিযোগ প্ৰমাণিত হ’লে সংশ্লিষ্ট বন সংমণ্ডল বিষয়া (DFO)-ক নিলম্বন কৰা হব বুলিও তেওঁ মন্তব্য কৰে।মুখ্যমন্ত্ৰীয়ে কয় হোজাইত দুটা অবৈধ শিলৰ কুৱেৰী চলি থকাৰ তথ্য লাভ কৰিছে।