সৰুপথাৰঃ সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ। ONGCৰ পাইপলাইনৰ পৰা তেল চুৰিৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে অভিযান চলাই দ্বীপেন পাটৰক আটক কৰে।
ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীৰ দলে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
