নেপালত বানপীড়িতলৈ সাহায্য যোগানত ড্ৰোনৰ ব্যৱহাৰ...

Public Talks
0



 নুৱাকোটত বানপীড়িতলৈ ড্ৰোনেৰে খাদ্য-ঔষধ যোগান

নেপালৰ নুৱাকোট জিলাত বানপীড়িত লোকসকললৈ সাহায্য সামগ্ৰী যোগান ধৰিবলৈ অত্যাধুনিক ড্ৰোন ব্যৱহাৰ কৰিছে নেপাল সেনাই। উদ্ধাৰ আৰু সাহায্য অভিযানত DJI FlyCart 200 ড্ৰোন ব্যৱহাৰ কৰি আশ্ৰয় শিবিৰসমূহলৈ খাদ্য, অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ আৰু ইন্ধন কঢ়িয়াই নিয়া হৈছে। দুৰ্গম আৰু যোগাযোগ বিচ্ছিন্ন অঞ্চলসমূহত এই ড্ৰোনৰ জৰিয়তে ক্ষিপ্ৰতাৰে সাহায্য সামগ্ৰী পঠিওৱা হৈছে।

Post a Comment

0Comments

Post a Comment (0)