আদালতৰ ৰায় শুনিয়েই কান্দোনত ভাঙি পৰিল জনপ্ৰিয় এংকৰ ছাৰা খলিফা!

Public Talks
0


গ্লেমাৰ জগতৰ সৈতে জড়িত এক চাঞ্চল্যকৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চৰ্চা। জনপ্ৰিয় টিভি এংকৰ ছাৰা খলিফাৰ বিৰুদ্ধে চলি থকা গোচৰত আদালতে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ৰায় ঘোষণাৰ পাছত আদালত কক্ষতে আৱেগিক হৈ হুকহুকাই কান্দি উঠে ছাৰা খলিফা।

উল্লেখ্য যে, তেওঁ পূৰ্বে ‘জীৱনত এটা চিগাৰেটো নোখোৱা’ বুলি ৰাজহুৱাভাৱে দাবী কৰিছিল। আদালতৰ ৰায়ৰ পাছত ছাৰা খলিফাই কি মন্তব্য কৰিলে আৰু গোচৰটোৰ আঁৰৰ সম্পূৰ্ণ ঘটনাটো কি—সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

Post a Comment

0Comments

Post a Comment (0)