ফটাশিল আমবাৰীত চুৰিৰ অভিযোগত দুজন আটক...

Public Talks
0

 


ফটাশিল আমবাৰীত চুৰিৰ অভিযোগত দুজন আটক

গুৱাহাটী: ফটাশিল আমবাৰী থানাৰ WGPDৰ এটা দলে অভিযান চলাই চুৰিৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজন ধীৰেণপাৰাৰ অনিকেশ ৰায় (২৪) আৰু লালগণেশৰ ৰোহন দাস (২৫) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এটা চুৰি হোৱা LPG চিলিণ্ডাৰ, ৫ কেজি তামৰ তাঁৰ আৰু চুৰিকাণ্ডত ব্যৱহৃত এখন প্লায়াৰ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)