আন্তঃৰাষ্ট্ৰীয় সংগীতৰ মঞ্চত নতুন ইতিহাস ৰচিলে তামিল গীতে।
২০২৭ চনৰ গ্ৰেমী বঁটাৰ মনোনয়নত স্থান লাভ কৰি ইতিহাস সৃষ্টি কৰিছে ‘Varuvaaiy’ শীৰ্ষক তামিল গীতটোৱে। এই গীতটোৱে গ্ৰেমী মনোনয়ন লাভ কৰা প্ৰথম তামিল গীত হিচাপে বিশেষ চৰ্চা লাভ কৰিছে। সংগীতশিল্পী দেৱন একাম্বৰম আৰু সুশাৰ এই সফলতাই ভাৰতীয় সংগীত জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে।
