দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আৰু আন আন দাবীক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১৫ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। বিশ্ববিদ্যালয়খনত দীৰ্ঘ 20 বছৰ ধৰি ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।

