শ্বিলঙৰ ৰাইফল ছুটিংত চাবুৱাৰ দিয়া দাসৰ সাফল্য...

Public Talks
0


উত্তৰ-পূৰ্বাঞ্চলৰ ৭ ৰাজ্যৰ ভিতৰত NCC জুনিয়ৰ ডিভিজনত প্ৰথম স্থান

চাবুৱা: শ্বিলঙত অনুষ্ঠিত ৰাইফল ছুটিং প্ৰতিযোগিতাত চাবুৱাৰ প্ৰতিভাৱান খেলুৱৈ দিয়া দাসে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। NCCৰ জুনিয়ৰ ডিভিজনত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ প্ৰতিযোগীৰ ভিতৰত দিয়া দাসে প্ৰথম স্থান দখল কৰি চাবুৱালৈ গৌৰৱ কঢ়িয়াই আনিছে।

এই কৃতিত্বৰ জৰিয়তে দিয়া দাসে আগন্তুক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাইফল ছুটিং প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে দিল্লীলৈ নিৰ্বাচিত হৈছে। তেওঁৰ এই সাফল্যত অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী আৰু শুভাকাংক্ষীসকলে অভিনন্দন জ্ঞাপন কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)