“ঘৰ নাথাকিলে ৰেচন দি কি হ'ব, মানুহে ক'ত থাকি খাব?”

Public Talks
0

 


শিৱসাগৰত বানপীড়িত লোকসকলৰ সৈতে মত-বিনিময় কৰি প্ৰাক্তন মন্ত্ৰী হাগ্ৰামা মহিলাৰীয়ে কয় যে, কেৱল ৰেচন বিতৰণে সমস্যাৰ স্থায়ী সমাধান নহয়। তেওঁ মন্তব্য কৰে, “ঘৰ নাথাকিলে ৰেচন দি কি হ'ব, মানুহে ক'ত থাকি খাব?” লগতে চৰকাৰে ১৫ হাজাৰ টকাৰ সাহায্য দিয়া কথা উল্লেখ কৰি কয় যে, এই ধন দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়তেই শেষ হৈ যায়। নাগালেণ্ডৰ পৰা নামি অহা পানীৰ ফলত অসমৰ বহু অঞ্চল ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি তেওঁ এই সমস্যা সমাধানৰ বাবে ফলপ্ৰসূ আন্তঃৰাজ্যিক ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Tags

Post a Comment

0Comments

Post a Comment (0)