বানপীড়িতৰ কাষত কিন্নৰ সমাজ; ২৫ লাখ টকাৰ সাহায্য শিৱসাগৰ-নাজিৰালৈ

Public Talks
0

 


ডিব্ৰুগড়, ৫ আগষ্ট: উজনি অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে কিন্নৰ সমাজে ২৫ লাখ টকাৰ সাহায্য আগবঢ়ায়। এই উপলক্ষে ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে কিন্নৰ সমাজৰ নেত্ৰী 'বৰী মা' সোণা দেৱীয়ে

ইয়াৰ লগতে শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউ জিলাৰ ১,০০০ বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সাহায্য বিতৰণ কৰা হয়। এই মানৱীয় পদক্ষেপে বিভিন্ন মহলত প্ৰশংসা লাভ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)