কুকুৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে কিশোৰ ৰিদীপে

Public Talks
0

পোহনীয়া কুকুৰৰ প্ৰতি গভীৰ মৰমে অৱশেষত কিশোৰ ৰিদীপ পাণিকাৰ জীৱন কাঢ়ি নিলে। ঘৰৰ পোহনীয়া কুকুৰটোক উদ্ধাৰ কৰিবলৈ গৈ এক শোকাৱহ দুৰ্ঘটনাত মৃত্যু হয় ৰিদীপৰ। টিউশ্যন শিক্ষক পিতৃৰ একমাত্ৰ সন্তান ৰিদীপৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। পৰিয়ালৰ সদস্যৰ দৰে ভালপোৱা কুকুৰটোৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা ৰিদীপৰ এই আত্মত্যাগে সকলোকে আৱেগিক কৰি তুলিছে।


Tags

Post a Comment

0Comments

Post a Comment (0)