উজনিৰ প্ৰলয়ংকৰী বানত মৃ/তকৰ সংখ্যা ৯৫লৈ বৃদ্ধি

Public Talks
0

উজনি অসমৰ প্ৰলয়ংকৰী বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ মাজতে এই পৰ্যন্ত ৯৫ জন লোকৰ মৃত্যু হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। বানৰ ফলত বহু অঞ্চল এতিয়াও জলমগ্ন হৈ থকাৰ লগতে হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে প্ৰশাসন তথা দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে।

Tags

Post a Comment

0Comments

Post a Comment (0)