আৰ বি আইৰ বৃহৎ সিদ্ধান্ত সকলো বেংকেই ঋণত একেই সুদ দিব লাগিব
Friday, August 07, 2026
0
ঋণৰ সুদৰ হাৰ নিৰ্ধাৰণত স্বচ্ছতা আৰু সামঞ্জস্য আনিবলৈ নতুন পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-এ। আগষ্ট মাহৰ মুদ্ৰানীতি ঘোষণাত RBIৰ গভৰ্নৰ সঞ্জয় মলহোত্ৰা-ই জনায় যে বেংক, NBFC আৰু অন্যান্য নিয়ন্ত্ৰিত আৰ্থিক প্ৰতিষ্ঠানৰ বাবে ঋণৰ সুদৰ হাৰ নিৰ্ধাৰণৰ এক অভিন্ন নিয়ম প্ৰৱৰ্তন কৰা হ'ব। নতুন ব্যৱস্থা কাৰ্যকৰী হ'লে ঋণগ্ৰহীতাই বিভিন্ন বেংক আৰু NBFCৰ ঋণৰ সুদৰ হাৰ সহজে তুলনা কৰিব পাৰিব, যাৰ ফলত ঋণ ব্যৱস্থাত অধিক স্বচ্ছতা আৰু ন্যায্যতা নিশ্চিত হ'ব।
Tags
