মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বলীউদ অভিনেতা অনুপম খেৰৰ ৫ লাখ টকা...

Public Talks
0


অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ অনুদান আগবঢ়াইছে বলীউদৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰ-এ। মানৱীয় দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি তেওঁ ৰাজ্যৰ দুৰ্যোগপীড়িত লোকসকলৰ কাষত থিয় দিয়াৰ লগতে সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।

Tags

Post a Comment

0Comments

Post a Comment (0)