Gen Z দেশবিৰোধী নহয়, ব্যৱস্থাক সঠিক পথলৈ আনিবলৈ আন্দোলনৰ প্ৰয়োজন’ : মোহন ভাগৱত

Public Talks
0

 


ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ প্রধান মোহন ভাগৱত-এ কৈছে যে Gen Z প্ৰজন্ম দেশবিৰোধী নহয়; বৰঞ্চ ব্যৱস্থাক সঠিক পথলৈ আনিবলৈ তেওঁলোকৰ আন্দোলনৰ প্ৰয়োজন আছে। তেওঁ কয়, Gen Z-ই হৈছে দেশৰ পৰৱৰ্তী প্ৰজন্ম আৰু বৰ্তমান প্ৰজন্মতকৈ অধিক সৎ। সমাজ আৰু দেশৰ উন্নয়নৰ স্বাৰ্থত যুৱ প্ৰজন্মৰ ইতিবাচক অংশগ্ৰহণ আৰু দায়িত্বশীল ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে।

Tags

Post a Comment

0Comments

Post a Comment (0)