শিৱসাগৰৰ জলপ্ৰলয়ত নিহত ১০ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ এককালীন আৰ্থিক সাহায্য

Public Talks
0


শিৱসাগৰ জিলাত শেহতীয়া জলপ্ৰলয়ত মৃত্যুবৰণ কৰা ১০ গৰাকী ব্যক্তিৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ফালৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই সাহায্য বিতৰণ কৰা হয়।

দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দি চৰকাৰে প্ৰয়োজনীয় সহায়-সহযোগিতা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়া হৈছে। স্থানীয় প্ৰশাসনে সাহায্য বিতৰণৰ লগতে বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ আৰু পুনৰবাসনৰ কাম অব্যাহত ৰাখিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)