অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু পৃথ্বীৰাজ সুকুমাৰণ অভিনীত ‘দায়ৰা’ ছবিখন ১৩ নৱেম্বৰত Netflixত মুক্তি পাব। মেঘনা গুলজাৰে পৰিচালনা কৰা ছবিখনত দুগৰাকী আৰক্ষী বিষয়াৰ ভিন্ন দৃষ্টিভংগী আৰু এক বিতৰ্কিত এনকাউণ্টাৰক কেন্দ্ৰ কৰি কাহিনী আগবাঢ়িছে।
১৩ নৱেম্বৰত Netflixত মুক্তি পাব কৰীণা কাপুৰৰ ‘দায়ৰা’
Wednesday, November 11, 2026
0
Tags
