অভিনেতা অৰ্জুন ৰামপাল অভিনীত ৰহস্য আৰু অপৰাধমূলক কাহিনীৰ ছবি ‘ব্লাইণ্ড গেম’ ১১ নৱেম্বৰত Zee5ত মুক্তি লাভ কৰাৰ কথা। ছবিখনত তেওঁ নিলম্বিত আৰক্ষী বিষয়া চিকন্দৰ সিঙৰ চৰিত্ৰত অভিনয় কৰিছে। পৰিচালক সংগীত শিৱনৰ অন্তিম ছবি হিচাপেও ছবিখনে বিশেষ গুৰুত্ব লাভ কৰিছে।
