‘ৰামায়ণ’ ছবিক লৈ অসন্তুষ্ট নীতিশ ভৰদ্বাজ, পৰিচালকৰ উপস্থাপনক লৈ প্ৰশ্ন

Public Talks
0


বি.আৰ. চোপ্ৰাৰ জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ত শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা নীতিশ ভৰদ্বাজে নতুন ‘ৰামায়ণ’ ছবিখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। ছবিখনত ৰাৱণৰ চৰিত্ৰৰ উপস্থাপন আৰু মহাকাব্যখনৰ নৈতিক দৃষ্টিভংগীৰ পৰিৱৰ্তনক লৈ তেওঁ আপত্তি উত্থাপন কৰিছে।

Post a Comment

0Comments

Post a Comment (0)