আজি গুৱাহাটীত বিশ্ববিখ্যাত ৰক বেণ্ড Guns N’ Rosesৰ সংগীতানুষ্ঠান

Public Talks
0


উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে সংগীতৰ যাদু বিয়পাব বিশ্ববিখ্যাত ৰক বেণ্ডটোৱে।

আজি ১৭ নৱেম্বৰত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব বিশ্ববিখ্যাত আমেৰিকান ৰক বেণ্ড Guns N’ Roses-এ। Axl Rose, Slash আৰু Duff McKaganকে ধৰি বেণ্ডটোৰ সদস্যসকল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। সন্ধিয়া ৫.৩০ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হোৱাৰ কথা। এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত সংগীত পৰিৱেশন কৰিব বেণ্ডটোৱে।

Tags

Post a Comment

0Comments

Post a Comment (0)