প্ৰাইম ভিডিঅ’ত মুক্তি ‘দ্য ভৱান: ফৰ্চ অৱ দ্য ফৰেষ্ট’

Public Talks
0


সিদ্ধাৰ্থ মালহোত্ৰা আৰু তমন্না ভাটিয়া অভিনীত ‘দ্য ভৱান: ফৰ্চ অৱ দ্য ফৰেষ্ট’ ২০ নৱেম্বৰত এমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাইছে। লোকবিশ্বাস, ৰহস্য আৰু অতিপ্ৰাকৃতিক ঘটনাক কেন্দ্ৰ কৰি নিৰ্মিত ছবিখনে এই সপ্তাহৰ অ’টিটি মুক্তিৰ তালিকাত বিশেষ স্থান লাভ কৰিছে।

Post a Comment

0Comments

Post a Comment (0)