ৰোহিংগীয়া গণহত্যা গোচৰত ম্যানমাৰক দোষী সাব্যস্ত কৰিলে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে
Saturday, November 21, 2026
0
ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে ২০১৭ চনত সংঘটিত নিৰ্যাতনৰ গোচৰত ম্যানমাৰক গণহত্যাৰ বাবে দোষী সাব্যস্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে (ICJ)। ১৫গৰাকী ন্যায়াধীশৰ ভিতৰত ৯গৰাকীয়ে এই ৰায়ৰ সপক্ষে মত প্ৰকাশ কৰে। ৰায় অনুসৰি ক্ষতিগ্ৰস্ত লোকসকলৰ নিৰাপদ প্ৰত্যাৱৰ্তন, সম্পত্তি পুনৰুদ্ধাৰ আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰিব লাগিব।
Tags
