আজি মুম্বাইত ‘গ্ল’বেল পীচ অনাৰ্ছ ২০২৬’

Public Talks
0


মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াত আজি অনুষ্ঠিত হ’ব ‘গ্ল’বেল পীচ অনাৰ্ছ ২০২৬’। অনুষ্ঠানটোত শ্বাহৰুখ খান, অক্ষয় কুমাৰ, ৰণবীৰ সিং, টাইগাৰ শ্ৰফ আৰু ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ সম্ভাৱনা আছে। শান্তি, ঐক্য আৰু মানৱতাৰ বাৰ্তা প্ৰচাৰ কৰাই অনুষ্ঠানটোৰ মূল উদ্দেশ্য।

Post a Comment

0Comments

Post a Comment (0)