১৯ নৱেম্বৰত আমেৰিকা, চীন আৰু ৰাছিয়াৰ ঐতিহাসিক ত্ৰিপাক্ষিক বৈঠক

Public Talks
0


বিশ্ব ৰাজনীতিত নতুন সমীকৰণৰ সম্ভাৱনা, চীনৰ শ্বেনঝেনত মিলিত হ’ব তিনিওখন দেশৰ ৰাষ্ট্ৰপ্ৰধান।

বিশ্ব ৰাজনীতিত বিশেষ গুৰুত্ব লাভ কৰিছে আমেৰিকা, চীন আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া ত্ৰিপাক্ষিক বৈঠকে। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে নিশ্চিত কৰা অনুসৰি, ১৯ নৱেম্বৰত শ্বেনঝেনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকত মিলিত হ’ব। ইউক্ৰেইন যুদ্ধ, আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বিশ্ব অৰ্থনীতিৰ দৰে বিষয়সমূহ আলোচনালৈ অহাৰ সম্ভাৱনা আছে।

Post a Comment

0Comments

Post a Comment (0)