শ্বুটিঙৰ সময়ত গুলীচালনাৰ ঘটনাৰ পিছত পুনৰ কৰ্মক্ষেত্ৰলৈ অভিনেতা।
শ্বুটিঙৰ সময়ত গুলীচালনাৰ ঘটনাৰ পিছত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফে পুনৰ ছবিৰ কাম আৰম্ভ কৰিছে। অভিনেত্ৰী জাহ্নৱী কাপুৰৰ সৈতে ‘লাগ যা গলে’ ছবিৰ শ্বুটিঙত অংশগ্ৰহণ কৰিছে অভিনেতাগৰাকীয়ে।