চেঞ্চৰ ব’ৰ্ডৰ অনুমতিৰ অপেক্ষাত ছানী দেওলৰ ‘সূৰ্যা’

Public Talks
0


চিকিৎসকসকলৰ আপত্তিৰ মাজতে ছবিখনৰ মুক্তি পিছুৱাই দিলে নিৰ্মাতাই।

বলিউডৰ অভিনেতা ছানী দেওল অভিনীত ‘সূৰ্যা’ ছবিখনৰ মুক্তি পিছুৱাই দিয়া হৈছে। ছবিখনৰ কিছুমান বিষয়বস্তুৰ বিৰুদ্ধে চিকিৎসকসকলে আপত্তি উত্থাপন কৰাৰ পিছতে চেঞ্চৰ ব’ৰ্ডৰ প্ৰমাণ-পত্ৰ লাভৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে।

Post a Comment

0Comments

Post a Comment (0)