৪ ডিচেম্বৰত মুক্তি পাব অসমীয়া ছবি ‘আদিশক্তি’

Public Talks
0


যোৰহাট সংগীত মহোৎসৱত মুকলি হ’ল ছবিখনৰ ট্ৰেইলাৰ।

অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে আন এখন নতুন ছবি ‘আদিশক্তি’। বিটোপন কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ ট্ৰেইলাৰ শেহতীয়াকৈ যোৰহাট সংগীত মহোৎসৱত মুকলি কৰা হয়। নাৰী সবলীকৰণ আৰু সামাজিক সংঘাতক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখন ৪ ডিচেম্বৰত অসমৰ ছবিগৃহসমূহত মুক্তি লাভ কৰিব। উল্লেখযোগ্য যে মুক্তিৰ পূৰ্বেই ছবিখনে Global Cine Confluence 2026ত তিনিটা বঁটা লাভ কৰিছে। 

Post a Comment

0Comments

Post a Comment (0)