গাজাৰ হাস্পতালত ইজৰাইলৰ বিমান আ!ক্ৰ!মণ, নিহত ৬

Public Talks
0






গাজাৰ দক্ষিণ অংশৰ খান ইউনিছস্থিত নাছেৰ হাস্পতালত ইজৰাইলৰ বিমান আক্ৰমণত চিকিৎসক আৰু ১৩ বছৰীয়া কিশোৰসহ ৬জন লোক নিহত হৈছে। এই আক্ৰমণত আন কমেও ২৮জন লোক আহত হোৱা বুলি প্ৰকাশ পাইছে। ঘটনাক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় মহলত উদ্বেগ বৃদ্ধি পাইছে।

Post a Comment

0Comments

Post a Comment (0)