বিবাহ অনুষ্ঠানত ৰজনীকান্তৰ নৃত্য, ভাইৰেল ভিডিঅ’
Friday, November 13, 2026
0
অনিৰুদ্ধ ৰবিচন্দৰ আৰু কাব্য মাৰানৰ বিবাহ অনুষ্ঠানত দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ নৃত্যই সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। ‘মানাছিলায়ো’ গীতৰ তালে তালে ৰজনীকান্তৰ নৃত্যৰ ভিডিঅ’ই অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।
Tags
