স্পেইনত শ্ৰমিকৰ ব্যাপক ধৰ্মঘট, ৰাজপথত উত্তেজনা

Public Talks
0




জীৱন-যাপনৰ ব্যয় বৃদ্ধি আৰু গৃহ নিৰ্মাণৰ সংকটৰ প্ৰতিবাদত স্পেইনৰ বিভিন্ন প্ৰান্তত শ্ৰমিক সংগঠনসমূহে ব্যাপক ধৰ্মঘট পালন কৰিছে। বাৰ্চিলোনাত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই অহাৰ ফলত কেইবাটাও স্থানত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

Post a Comment

0Comments

Post a Comment (0)