‘তিন তিগাড়া’ৰ অ’টিটি যাত্ৰা আৰম্ভ

Public Talks
0


পৰিয়াল, প্ৰেম আৰু জীৱনৰ দায়িত্বক কেন্দ্ৰ কৰি নিৰ্মিত ‘তিন তিগাড়া’ আজি ZEE5-ত মুক্তি পাইছে। এগৰাকী যুৱতী আৰু যুৱকৰ জীৱনত অপ্ৰত্যাশিত পৰিৱৰ্তনে কেনেদৰে প্ৰভাৱ পেলায়, সেয়াই ছবিখনৰ মূল বিষয়বস্তু।

Post a Comment

0Comments

Post a Comment (0)