নেটফ্লিক্সত আজি মুক্তি ‘ঢিণ্ডোৰা ২’

Public Talks
0


জনপ্ৰিয় ইউটিউব তাৰকা ভুৱন বামৰ ৱেব ছিৰিজ ‘ঢিণ্ডোৰা’ৰ দ্বিতীয় ছিজন আজি নেটফ্লিক্সত মুক্তি লাভ কৰিছে। এইবাৰ টিটু মামাৰ নতুন সমস্যাৰে ভৰা হাস্যৰসাত্মক কাহিনীয়ে দৰ্শকক মনোৰঞ্জন দিব।

Post a Comment

0Comments

Post a Comment (0)