বিশিষ্ট তেলেগু অভিনেতা গিৰি বাবুৰ দেহাৱসান, ৮৩ বছৰ বয়সত শেষ নিশ্বাস
Sunday, November 15, 2026
0
দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা গিৰি বাবুৰ ৮৩ বছৰ বয়সত মৃত্যু হৈছে। তেওঁৰ মৃত্যুত তেলেগু চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে। অভিনেতা চিৰঞ্জীৱীকে ধৰি কেইবাগৰাকীও শিল্পীয়ে অভিনেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
Tags
