৮৩ বছৰ বয়সত মৃত্যু সংগীতশিল্পী ৰিচাৰ্ড ষ্টাৰবানৰ
Sunday, November 15, 2026
0
আমেৰিকাৰ জনপ্ৰিয় কান্ট্ৰী আৰু গছপেল সংগীত দল ‘দ্য ওক ৰিজ বয়ছ’ৰ সদস্য ৰিচাৰ্ড ষ্টাৰবানৰ ৮৩ বছৰ বয়সত মৃত্যু হৈছে। সংগীত জগতত বিশেষ অৱদান আগবঢ়োৱা শিল্পীগৰাকীৰ মৃত্যুৰ খবৰে অনুৰাগীসকলৰ মাজত শোকৰ সৃষ্টি কৰিছে। তেওঁৰ সংগীত জীৱন আৰু অৱদানৰ বাবে সংগীতপ্ৰেমীয়ে স্মৰণ কৰিছে শিল্পীগৰাকীক।
Tags
